১। অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে ?
(ক) ডেভিদ স্কটে
(খ) কেপ্তেইন ৱেলছে
(গ) চি. এ. ব্রুচে
(ঘ) ওপৰৰ এজনো নহয়
উত্তৰ : (গ) চি.এ. ব্রুচে
(খ) কেপ্তেইন ৱেলছে
(গ) চি. এ. ব্রুচে
(ঘ) ওপৰৰ এজনো নহয়
উত্তৰ : (গ) চি.এ. ব্রুচে
২। অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে ?
(ক) ১৮১৫-১৭ চনত
(খ) ১৮১৮-২০ চনত
(গ) ১৮২০-২১ চনত
(ঘ) ১৮২২-২৩ চনত
উত্তৰ : (ঘ) ১৮২২-২৩ চনত
৩। তলৰ কোনবিধ দ্রব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য?
(ক) চাহ
(খ) মুগা
(গ) তেল
(ঘ) কল
উত্তৰ : (খ) মুগা
৪। বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা ‘চাহ গৱেষণা কেন্দ্ৰ’টো ক'ত আছে?
(ক) গোৱালপাৰাৰ দুধনৈত
(খ) ধুবুৰীৰ গৌৰীপুৰত
(গ) চিৰাঙৰ বিজনীত
(ঘ) যোৰহাটৰ টোকলাইত
উত্তৰ : (ঘ) যোৰহাটৰ টোকলাইত
৫। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন ?
(ক) মণিৰাম দেৱান
(খ) পিয়লি বৰুৱা
(গ) জগন্নাথ বৰুৱা
(ঘ) মাণিকলাল বৰুৱা
উত্তৰ : (ক) মণিৰাম দেৱান
৬। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে ?
(ক) প্রায় ৫১%
(খ) প্রায় ৫৩%
(গ) প্রায় ৫৫%
(ঘ) প্রায় ৫৮%
উত্তৰ : (ক) প্রায় ৫১%
৭। অসমত প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হয় ?
(ক) ১৮৯০ চনত, ডিগবৈত
(খ) ১৯০১ চনত, ডিগবৈত
(গ) ১৯২১ চনত, ডিগবৈত
(ঘ) ১৯১১ চনত, ডিগবৈত
উত্তৰ : (খ) ১৯০১ চনত, ডিগবৈত
৮। ডিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল ?
(ক) ১৯০১ চনত
(খ) ১৯০৩ চনত
(গ) ১৯১৫ চনত
(ঘ) ১৯২৫ চনত
উত্তৰ: (ক) ১৯০১ চনত
৯। ডিগবৈ তেল শোধনাগাৰৰ বৰ্তমান 'বার্ষিক শোধন ক্ষমতা' কিমান ?
(ক) ৬.৫ লাখ টন
(খ) ৭.২ লাখ টন
(গ) ৭.৫ লাখ টন
(ঘ) ৮.২ লাখ টন
উত্তৰ : (গ) ৭.৫ লাখ টন
১০। যোৰহাটৰ টোকলাইস্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্র কেতিয়া স্থাপন কৰা হৈছিল?
(ক) ১৮১১ চনত
(খ) ১৯১১ চনত
(গ) ১৯১৫ চনত
(ঘ) ১৯১১ চনত
উত্তৰ : (খ) ১৯১১ চনত
১১। নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান 'বার্ষিক শোধন ক্ষমতা' কিমান ?
(ক) ১.৫ নিযুত টন
(খ) ২ নিযুত টন
(গ) ২.৫ নিযুত টন
(ঘ)২.৭ নিযুত টন
উত্তৰ : (ক) ১.৫ নিযুত টন
১২। বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয় ?
(ক) ১৯৭০ চনত
(খ) ১৯৮০ চনত
(গ) ১৯৬২ চনত
(ঘ) ১৯৬০ চনত
উত্তৰ : (গ) ১৯৬২ চনত
১৩। বঙাইগাঁও তেল শোধনাগাৰৰ বৰ্তমান বার্ষিক শোধন ক্ষমতা' কিমান?
(ক) ১.৫ নিযুত টন
(খ) ২ নিযুত টন
(গ) ২.৫ নিযুত টন
(ঘ) ৩ নিযুত টন
উত্তৰ : (গ) ২.৫ নিযুত টন
১৪। অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি?
(ক) ডিগবৈ
(খ) নুনমাটি
(গ) নুমলীগড়
(ঘ) বঙাইগাঁও
উত্তৰ : (গ) নুমলীগড়
১৫। নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয় ?
(ক) ১৯৮৬ চনত
(খ) ১৯৮৮ চনত
(গ) ১৯৯০ চনত
(ঘ) ১৯৯৯ চনত
উত্তৰ : (ঘ) ১৯৯৯ চনত
১৬। নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক বহনযোগ্য শোধন ক্ষমতা কিমান?
(ক) ২ নিযুত টন
(খ) ৩ নিযুত টন
(গ) ৪ নিযুত টন
(ঘ) ৫ নিযুত টন
উত্তৰ : (খ) ৩ নিযুত টন
১৭। ‘অইল ইণ্ডিয়া লিমিটেড কোম্পানী'ৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে?
(ক) গুৱাহাটীত
(খ) নলবাৰীত
(গ) বঙাইগাঁৱত
(ঘ) দুলিয়াজানত
উত্তৰ : (ঘ) দুলিয়াজানত
১৮। বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে?
(ক) নুমলীগড়ত
(খ) ৰাণীত
(গ) তেজপুৰত
(ঘ) ডিগবৈত
উত্তৰ : (ঘ) ডিগবৈত
১৯। অসমৰ শিলঘাটত থকা মৰাপাট কলটো কেতিয়া স্থাপন কৰা হৈছিল ?
(ক) ১৯৫০ চনত
(খ) ১৯৬০ চনত
(গ) ১৯৭০ চনত
(ঘ) ১৯৭৫ চনত
উত্তৰ : (গ) ১৯৭০ চনত
২০। অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ?
(ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ : (ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
২১। গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয় ?
(ক) ১৯৬১ চনত
(খ) ১৯৬০ চনত
(গ) ১৯৫৫ চনত
(ঘ) ১৯৫০ চনত
উত্তৰ : (ক) ১৯৬১ চনত
২২। অসমত সর্বপ্রথম কিমান চনত ৰেলপথ স্থাপন হৈছিল ?
(ক) ১৯৭০ চনত
(খ) ১৮৭৫ চনত
(গ) ১৮৮২ চনত
(ঘ) ১৮৮৪ চনত
উত্তৰ : (গ) ১৮৮২ চনত
২৩। অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি ?
(ক) কাৰ্বি আংলঙৰ দিলাই পাহাৰ
(খ) শোণিতপুৰৰ বিশ্বনাথ চাৰিআলিত
(গ) কাছাৰৰ শিলচৰ
(ঘ) ধুবুৰী জিলাৰ মহামায়া পাহাৰ
উত্তৰ : (ঘ) ধুবুৰী জিলাৰ মহামায়া পাহাৰ
২৪। অসমৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা ৰেলপথটো ক'ৰপৰা ক'লৈকে স্থাপন কৰা হৈছিল ?
(ক) গুৱাহাটী – লামডিং – ডিমাপুৰলৈ - - -
(খ) ডিব্ৰুগড় – মাকুম – লেখাপানীলৈ
(গ) পাণ্ডু – কঁঠালগুৰি - নগাঁওলৈ
(ঘ) শ্ৰীৰামপুৰ – গুৱাহাটী গুৱাহাটী – লামডিঙলৈ
উত্তৰ : (খ) ডিব্ৰুগড় মাকুম লেখাপানীলৈ
২৫। অসমৰ বাঁহ-বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি ?
(ক) নলবাৰী জিলাৰ মুগকুছি গাঁৱত
(খ) গোলাঘাটৰ কছাৰীহাটত
(গ) নগাঁৱৰ ডবকাত
(ঘ) ওপৰৰ এটাও নহয় ৷
উত্তৰ : (ক) নলবাৰী জিলাৰ মুগকুছি গাঁৱত
২৬। গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্র স্থাপিত হয় ?
(ক) ১৯৭০ চনত
(খ) ১৯৭২ চনত
(গ) ১৯৭৪ চনত
(ঘ) ১৯৭৫ চনত
উত্তৰ : (খ) ১৯৭২ চনত
২৭। হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
(ক) গুৱাহাটী
(খ) নলবাৰী
(গ) বৰপেটা
(ঘ) ধুবুৰী
উত্তৰ : (গ) বৰপেটা
২৮। এৰি, মুগা, পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
(ক) সৰ্থেবাৰী
(খ) উমৰাংচু
(গ) হোজাই
(ঘ) শুৱালকুছি
উত্তৰ : (ঘ) শুৱালকুছ
২৯। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন ?
(ক) জয়ন্ত মাধৱ
(খ) পার্বতী প্রসাদ গোস্বামী
(গ) গণেশ ফুকন
(ঘ) ওপৰৰ এজনো নহয়
উত্তৰ : (গ) গণেশ ফুকন
৩০। পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
(ক) হাজো
(খ) নলবাৰী
(গ) যোৰহাট
(ঘ) কার্বি আংলং
উত্তৰ : (ক) হাজো
৩১। অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি ?
(ক) মিকিৰ পাহাৰ
(খ) জাগীৰোড
(গ) নগাঁও
(ঘ) হোজাই
উত্তৰ : (ক) মিকিৰ পাহাৰ
৩২। কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি ?
(ক) হাজো
(খ) নলবাৰী
(গ) সৰ্থেবাৰী
(ঘ) কার্বি আংলং
উত্তৰ : (গ) সৰ্থেবাৰী
৩৩। এছিয়াৰ ভিতৰতে সর্ববৃহৎ পখিলা উদ্যানখন অসমৰ কোন ঠাইত আছে ?
(ক) নুমলীগড়ত
(খ) ৰাণীত
(গ) তেজপুৰত
(ঘ) বঙাইগাঁওত
উত্তৰ : (ক) নুমলীগড়ত
৩৪। “অসম পলিয়েষ্টাৰ উদ্যোগ” নামৰ সূতা কলটো কোন ঠাইত আছে?
(ক) নগাঁৱৰ শিলঘাটত
(খ) কামৰূপৰ ৰাণীত
(গ) নলবাৰীৰ নাথকুছিত
(ঘ) তিনিচুকীয়াৰ শদিয়াত
উত্তৰ : (গ) নলবাৰীৰ নাথকুছিত
৩৫। বনস্পতি তেল উৎপাদনৰ কাৰখানা অসমৰ কোন ঠাইত আছে?
(ক) গুৱাহাটীত
(খ) আমিনগাঁৱত
(গ) বঙাইগাঁৱত
(ঘ) দুলিয়াজানত
উত্তৰ : (খ) আমিনগাঁৱত
(ক) গুৱাহাটীত
(খ) আমিনগাঁৱত
(গ) বঙাইগাঁৱত
(ঘ) দুলিয়াজানত
উত্তৰ : (খ) আমিনগাঁৱত
৩৬। অসমৰ মাজেদি যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাই পথটোৰ নাম কি ?
(ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ : (ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
৩৭। অসমত সর্বপ্রথম কেতিয়া জাহাজ চলিবলৈ লয় ?
(ক) ১৮৪৯ চনত
(খ) ১৮৫৩ চনত
(গ) ১৮৫৫ চনত
(ঘ) ১৮৫৯ চনত
উত্তৰ : (ক) ১৮৪৯ চনত ব্ৰহ্মপুত্ৰত
৩৮। কোন ঠাইত ৰেচম শিল্প কাৰখানাটো আছে?
(ক) গৌৰীপুৰত
(খ) নগাঁৱত
(গ) বঙাইগাঁৱত
(ঘ) জাগীৰোডত
উত্তৰ : (ঘ) জাগীৰোডত
৩৯। অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন হৈছিল ?
(ক) ১৯৪০ চনত
(খ) ১৯৪২ চনত
(গ) ১৯৪৪ চনত
(ঘ) ১৯৪৮ চনত
উত্তৰ : (ঘ) ১৯৪৮ চনত
৪০। বিশ্বৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান অংশ উৎপাদন কৰে?
(ক) তিনি ভাগৰ এক অংশ
(খ) দুই ভাগৰ এক অংশ
(গ) পাঁচ ভাগৰ এক অংশ
(ঘ) ছয় ভাগৰ এক অংশ
উত্তৰ : (ঘ) ছয় ভাগৰ এক অংশ

Social Plugin