৪১। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমে কিমান শতাংশ চাহ উৎপাদন কৰে?
(ক) ৪৭%
(খ) ৫১%
(গ) ৩৫%
(ঘ) ৮৩%
উত্তৰ : (খ) ৫১%
(খ) ৫১%
(গ) ৩৫%
(ঘ) ৮৩%
উত্তৰ : (খ) ৫১%
৪২। অসমৰ মুঠ শ্ৰমিকৰ কিমানভাগ শ্রমিক চাহ উদ্যোগৰ লগত জড়িত?
(ক) ১৭ শতাংশ
(খ) ১৫ শতাংশ
(গ) ২০ শতাংশ
(ঘ) ৩০ শতাংশ
উত্তৰ : (ক) ১৭ শতাংশ
৪৩। অসম গ্রামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল ?
(ক) ২০০৫ চনত
(খ) ২০০৬ চনত
(গ) ২০০৭ চনত
(ঘ) ২০০৮ চনত
উত্তৰ : (খ) ২০০৬ চনত
৪৪। অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল ?
(ক) ১৯৫২ চনত
(খ) ১৯৫৩ চনত
(গ) ১৯৫৪ চনত
(ঘ) ১৯৫৫ চনত
উত্তৰ : (গ) ১৯৫৪ চনত
৪৫। অসমত সমবায় আন্দোলন কিমান চনত আৰম্ভ হয় ?
(ক) ১৯৪০
(খ) ১৯০৪
(গ) ১৬৫০
(ঘ) ১৬৫১
উত্তৰ : (খ) ১৯০৪
৪৬। অসমৰ কোন কোন ঠাইত পেট্ৰ'কেমিকেল প্রকল্প আছে?
(ক) নামৰূপ, বঙাইগাঁও
(খ) ডিগবৈ, নুনমাটি
(গ) নুমলীগড়, শিলচৰ
(ঘ)জাগীৰোড, যোগীঘোপা
উত্তৰ : (ক) নামৰূপ, বঙাইগাঁও
৪৭। অসম বিত্ত নিগম স্থাপনৰ প্ৰধান উদ্দেশ্য কি আছিল ?
(ক) চৰকাৰক বিত্তীয় সাহায্য প্রদান
(খ) ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
(গ) বৃহৎ উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
(ঘ) ৰাজ্যৰ বেংকসমূহক ঋণ প্ৰদান কৰা
উত্তৰ : (খ) ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
৪৮। তলত দিয়া অসমৰ কোন ঠাইত কাগজকল নাই ?
(ক) যোগীঘোপা
(খ) জাগীৰোড
(গ) নুমলীগড়
(ঘ) পাঁচগ্রাম
উত্তৰ : (গ) নুমলীগড়
৪৯। উত্তৰ-পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল ?
(ক) ১৯৯৬ চনত
(খ) ১৯৯০ চনত
(গ) ১৯৯৩ চনত
(ঘ) ১৯৯৯ চনত
উত্তৰ : (ক) ১৯৯৬ চনত
৫০। অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল ?
(ক) ৭০%
(খ) ২০%
(গ) ৯০%
(ঘ) ৮০%
উত্তৰ : (ক) ৭০%
৫১। অসমৰ কোন ঠাইত মৰাপাটৰ কল আছে?
(ক) যোগীঘোপা
(খ) জাগীৰোড
(গ) নুমলীগড়
(ঘ) শিলঘাট
উত্তৰ : (ঘ) শিলঘাট
৫২। অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্ৰ আছে ?
(ক) চন্দ্ৰপুৰ, চাৰিদুৱাৰ
(খ) যোৰহাট, বিশ্বনাথ চাৰিআলি
(গ) নুমলীগড়, শিলচৰ
(ঘ) জাগীৰোড, যোগীঘোপা
উত্তৰ : যোৰহাট, বিশ্বনাথ চাৰিআলি
৫৩। অসম চৰকাৰে প্ৰথম কেতিয়া ‘ৰাজ্যিক পৰিবহন '(State Transport) ব্যৱস্থা শুভাৰম্ভ কৰে ?
ক) ১৯৪৮ চনত
(খ) ১৯৪৯ চনত
(গ) ১৯৫১ চনত
(ঘ) ১৯৫২ চনত
উত্তৰ : (ক) ১৯৪৮ চনত
৫৪। অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ আছে ?
(ক) আমিনগাঁৱত
(খ) ডিগবৈ
(গ) শিলচৰ
(ঘ) জাগীৰোড
উত্তৰ : (ক) আমিনগাঁৱত
৫৫। ঐতিহাসিক গোহাই কমল আলিৰ দৈৰ্ঘ্য কিমান ?
(ক) ৪৬০ কিঃমিঃ
(খ) ৫৬০ কিঃমিঃ
(গ) ৬৬০ কিঃমিঃ
(ঘ) ৭৬০ কিঃমিঃ
উত্তৰ : (খ) ৫৬০ কিঃমিঃ ।
৫৬। অসমৰ সুতা কটা কল ক'ত আছে ?
(ক) চন্দ্ৰপুৰ, চাৰিদুৱাৰ
(খ) ডিগবৈ, নুনমাটি
(গ) নুমলীগড়, শিলচৰ
(ঘ)জাগীৰোড, যোগীঘোপা
উত্তৰ : (ক) চন্দ্ৰপুৰ, চাৰিদুৱাৰ
৫৭। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত ?
(ক) নগাঁৱৰ কলিয়াবৰত
(খ) গুৱাহাটীৰ পাঞ্জাবাৰীত
(গ) যোৰহাটৰ মাজুলীত
(ঘ) নলবাৰীৰ ধমধমাত
উত্তৰ : (খ) গুৱাহাটীৰ পাঞ্জাবাৰীত
৫৮। ধোদৰ আলিৰ দৈৰ্ঘ্য কিমান ?
(ক) প্রায় ১৮৫ কিলোমিটাৰ
(খ) প্রায় ১৯০ কিলোমিটাৰ
(গ) প্রায় ১৯৫ কিলোমিটাৰ
(ঘ) প্রায় ২০৫ কিলোমিটাৰ
উত্তৰ : (ক) প্ৰায় ১৮৫ কিলোমিটাৰ।
৫৯। অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে ?
(ক) লখিমপুৰত
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰ : (গ) গুৱাহাটীত।
৬০। উত্তৰ-পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত ?
(ক) নগাঁৱৰ লামডিঙত
(খ) কামৰূপৰ ৰঙিয়াত
(গ) বঙাইগাঁৱৰ অভয়াপুত
(ঘ) গুৱাহাটীৰ মালিগাঁৱত
উত্তৰ : (ঘ) গুৱাহাটীৰ মালিগাঁৱত।
৬১। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে?
(ক) লখিমপুৰত
(খ) যোৰহাটত
(গ) গুৱাহাটীত
(ঘ) ডিফুত
উত্তৰ : (খ) যোৰহাটত ।
৬২। অসমৰ কোন ঠাইত ৰে'ল গাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে?
(ক) গৌৰীপুৰত
(খ) নগাঁৱত
(গ) বঙাইগাঁৱত
(ঘ) জাগীৰোডত
উত্তৰ : (গ) বঙাইগাঁৱত
৬৩। উত্তৰ-পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল ?
(ক) ১৯৭০ চনত
(খ) ১৯৭১ চনত
(গ) ১৯৭৩ চনত
(ঘ) ১৯৭২ চনত
উত্তৰ : (ঘ) ১৯৭২ চনত
৬৪। অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?
(ক) ১২ টা
(খ) ১৫ টা
(গ) ১.৭ টা
(ঘ) ১৮ টা
উত্তৰ : (ক) ১২ টা ।
৬৫। অসমৰ কোন ঠাইত সৈনিক স্কুল আছে?
(ক) গুৱাহাটীৰ জালুকবাৰীত
(খ) গোলাঘাটৰ দেৰগাঁৱত
(গ) গোৱালপাৰাৰ মৰনৈত
(ঘ) কৰিমগঞ্জৰ পাথৰকান্দিত
উত্তৰ : (গ) গোৱালপাৰাৰ মৰনৈত
৬৬। অসমত সর্বপ্রথম কেতিয়া ৰে'লসেৱা আৰম্ভ হয় ?
(ক) ১৮৭৪ চনত
(খ) ১৮৮৩ চনত
(গ) ১৮৮৪ চনত
(ঘ) ১৮৮৮ চনত
উত্তৰ : (গ) ১৮৮৪ চনত ।
৬৭। অসমৰ কোন ঠাইত আন্তর্জাতিক বিমান বন্দৰ আছে ?
(ক) বৰঝাৰ (গুৱাহাটী)
(খ) মোহনবাৰী (ডিব্ৰুগড়)
(গ) ঘোঁৰামাৰী (তেজপুৰ
(ঘ) কুম্ভীৰ গ্ৰাম (শিলচৰ)
উত্তৰ : (ক) বৰঝাৰ (গুৱাহাটী)
৬৮। আয়ুর্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে ?
(ক) নলবাৰীত
(খ) তেজপুৰত
(গ) যোৰহাটত
(ঘ) গুৱাহাটীত
উত্তৰ : (ঘ) গুৱাহাটীত।
৬৯। আৰৱী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে?
(ক) শিলচৰত
(খ) তেজপুৰত
(গ) দেৰগাঁৱত
(ঘ) ৰঙিয়াত
উত্তৰ : (ঘ) ৰঙিয়াত ।
৭০। পিতলৰ বাচন-বৰ্তন নিৰ্মাণৰ কাৰখানা কোন ঠাইত আছে?
(ক) সৰ্থেবাৰীত
(খ) কৰঙাত
(গ) শুৱালকুছিত
(ঘ) হাজোত
উত্তৰ : (ঘ) হাজোত
৭১। অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে?
(ক) নগাঁৱৰ ৰহাত
(খ) কামৰূপৰ ৰঙিয়াত
(গ) গোলাঘাটৰ দেৰগাঁৱত
(ঘ) নলবাৰীৰ বিদ্যাপুৰত
উত্তৰ : (ক) নগাঁৱৰ ৰহাত ।
৭২। অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত ?
(ক) নগাঁৱত
(খ) গুৱাহাটীত
(গ) যোৰহাটত
(ঘ) নলবাৰীত
উত্তৰ : (গ) যোৰহাটত ।
৭৩। অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে?
(ক) নগাঁৱত
(খ) গুৱাহাটীত
(গ) যোৰহাটত
(ঘ) তেজপুৰত
উত্তৰ : (ঘ) তেজপুৰত
৭৪। নেচনেল ইনষ্টিটিউট অব্ টেকন'লজি অসমৰ কোন ঠাইত আছে?
(ক) শিলচৰত
(খ) তেজপুৰত
(গ) দেৰগাঁৱত
(ঘ) গুৱাহাটীত
উত্তৰ : (গ) দেৰগাঁৱত
৭৫। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে?
(ক) শিলচৰত
(খ) তেজপুৰত
(গ) যোৰহাটত
(ঘ) গুৱাহাটীত
উত্তৰ : (ক) শিলচৰত।
৭৬। অসমৰ কোন ঠাইত বুনিয়াদী প্রশিক্ষণ মহাবিদ্যালয় আছে?
(ক) ওদালগুৰিত
(খ) দেৰগাঁৱত
(গ) ৰঙিয়াত
(ঘ) দুধনৈত
উত্তৰ : (খ) দেৰগাঁৱত।
৭৭। অসমৰ কোন ঠাইত জলপ্রপাত আছে ?
(ক) ধুবুৰীৰ বিলাসীপাৰাত আৰু বাগছাৰ মুছলপুৰত
(খ) লখিমপুৰত ঢকুৱাখনাত আৰু শিৱসাগৰৰ সোণাৰীত
(গ) নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত
(ঘ) শোণিতপুৰৰ গহপুৰ আৰু হাইলাকান্দিৰ বদৰপুৰত
উত্তৰ : (গ) নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত।
৭৮। অসমৰ কোন ঠাইত দন্ত চিকিৎসা মহাবিদ্যালয় আছে?
(ক) লখিমপুৰত
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰ : (গ) গুৱাহাটীত।
৭৯। অসমৰ প্ৰথমটো অভিলেখাগাৰ ক'ত স্থাপন কৰা হয় ?
(ক) নগাঁৱত (২০০৮ চনৰ ১ মাৰ্চত )
(খ) গোলাঘাটত (২০০৯ চনৰ ২ মাৰ্চত )
(গ) গুৱাহাটীত (২০১০ চনৰ ৩ মাৰ্চত)
(ঘ) কোকৰাঝাৰত (২০১১ চনৰ ৪ মাৰ্চত )
উত্তৰ : (ক) নগাঁৱত (২০০৮ চনৰ ১ মাৰ্চত ।
৮০। গার্হস্থ্য বিজ্ঞান মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে?
(ক) নগাঁৱত
(খ) গুৱাহাটীত
(গ) যোৰহাটত
(ঘ) নলবাৰীত
উত্তৰ : (গ) যোৰহাটত ।
৮১। অসমৰ কোন ঠাইত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে ?
(ক) গুৱাহাটী আৰু যোৰহাটত
(খ) ডিব্ৰুগড় আৰু শিলচৰত
(গ) তেজপুৰ আৰু নগাঁৱত
(ঘ) শিৱসাগৰ আৰু বঙাইগাঁৱত
উত্তৰ : (ক) গুৱাহাটী আৰু যোৰহাটত।
৮২। অসম ৰাজ্যিক চলচ্চিত্র ষ্টুডিঅ' কোন ঠাইত আছে ?
(ক) গুৱাহাটীৰ মালিগাঁৱত
(খ) গুৱাহাটীৰ কাহিলীপাৰাত
(গ) গুৱাহাটীৰ পাঞ্জাবাৰীত
(ঘ) গুৱাহাটীৰ বেলতলাত
উত্তৰ : (খ) গুৱাহাটীৰ কাহিলীপাৰাত ।
৮৩। অসমৰ কোন ঠাইত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে?
(ক) নগাঁৱত ·
(খ) গুৱাহাটীত
(গ) যোৰহাটত
(ঘ) তেজপুৰত
উত্তৰ : (ঘ) তেজপুৰত
৮৪। অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে ?
(ক) ধুবুৰীত
(খ) কোকৰাঝাৰত
(গ) তেজপুৰত
(ঘ) শিলচৰত
উত্তৰ : (ক) ধুবুৰীত।
৮৫। অসমৰ কোন ঠাইত বিলাতী মাটি (চিমেণ্ট) কাৰখানা আছে?
(ক) ধুবুৰীত
(খ) কোকৰাঝাৰত
(গ) তেজপুৰত
(ঘ) বোকাজানত
উত্তৰ: (ঘ) বোকাজানত ।
৮৬। অসমৰ কোন ঠাইত গেছবিদ্যুৎ প্রকল্প আছে?
(ক) আমগুৰিত
(খ) জামুগুৰিত
(গ) দুলিয়াজানত
(ঘ) কঠালগুৰিত
উত্তৰ : (ঘ) কঠালগুৰিত ।
৮৭। ঔষধ প্রস্তুত কাৰখানা অসমৰ কোন ঠাইত আছে?
(ক) লখিমপুৰত
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰ : (গ) গুৱাহাটীত।
৮৮। চেন্ট্ৰেল ইনষ্টিটিউট অব্ টেকন'ল'জি অসমৰ কোন ঠাইত আছে ?
(ক) লখিমপুৰত
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰ : (খ) কোকৰাঝাৰত ।

Social Plugin