১০১। মৌৰ্য্যশক্তি কাৰ ৰাজত্ব কালত দুৰ্বল হৈ পৰে —
(A) বৃহদ্রথ
(B) দশৰথ
(C) তিবাৰ
(D) অশোক
উত্তৰ : (A) বৃহদ্রথ
(B) দশৰথ
(C) তিবাৰ
(D) অশোক
উত্তৰ : (A) বৃহদ্রথ
১০২। মৌর্য্য শাসনকালত গংগানদীৰ প্ৰধান বন্দৰটো আছিল—
(A) তাম্রলিপ্তি
(B) লোঠাল
(C) ভাৰকাচাচ্চা
(D) চুৰাট
উত্তৰ : (A) তাম্রলিপ্তি
১০৩। কলহনে ৰচনা কৰা ৰাজতৰংগিনী কোন দেশৰ বুৰঞ্জী
(A) কাশ্মীৰৰ
(B) মগধৰ
(C) ৰাজস্থানৰ
(D) কলিংগৰ
উত্তৰ : (A) কাশ্মীৰৰ
১০৪। আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰা সময়ত সেই অঞ্চলত প্ৰচলিত ধৰ্ম আছিল—
(A) বৌদ্ধ ধর্ম
(B) জৈন ধর্ম
(C) ব্রাহ্মণ্য ধর্ম
(D) এইবোৰৰ ভিতৰত এটাও নহয়
উত্তৰ : ব্রাহ্মণ্য ধর্ম
১০৫। কোনজন ৰজাৰ ৰাজত্ব কালত ভাৰতবৰ্ষত প্ৰশাসনীয় ব্যৱস্থাৰ গজালী মেলিছিল—
(A) বিম্বিসাৰ
(B) চন্দ্ৰগুপ্ত
(C) অজাত শত্রু
(D) অশোক
উত্তৰ : (A) বিম্বিসাৰ
১০৬। ভাৰতবৰ্ষত দাস বংশৰ প্ৰতিষ্ঠাতা কোন ?
(A) ইলতুৎমিচ
(B) কুটুবুদ্দিন
(C) বলবন
(D) ৰাজিয়া
উত্তৰ : (B) কুটুবুদ্দিন
(A) ইলতুৎমিচ
(B) কুটুবুদ্দিন
(C) বলবন
(D) ৰাজিয়া
উত্তৰ : (B) কুটুবুদ্দিন
১০৭। ‘চৰিয়ত’ হ’ল—
(A) ইচলামৰ ধৰ্মীয় নীতি
(B) ইচলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ
(C) ইচলাম ধৰ্মৰ পবিত্ৰ স্থান
(D) ইচলাম ধৰ্মৰ পবিত্ৰ চিত্ৰ
উত্তৰ : (A) ইচলামৰ ধৰ্মীয় নীতি
১০৮। ‘জিজিয়া' নামৰ কৰ লগোৱা হৈছিল
(A) হিন্দুৰ পবিত্ৰ স্থানবোৰত
(B) অনামুছলমান লোকৰ ওপৰত
(C) উৎপাদিত শস্যৰ ওপৰত
(D) পৰাজিত লোকসকলৰ ওপৰত
উত্তৰ : (B) অনামুছলমান লোকৰ ওপৰত
১০৯। দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিয়া চুলতানজন আছিল-
(A) বলবন
(B) আল্লাউদ্দিন খিলজি
(C) মহম্মদ বিন টোগলক
(D) আকবৰ
উত্তৰ : (C) মহম্মদ বিন টোগলক
১১০। পাণিপথৰ প্ৰথমখন যুদ্ধ হৈছিল—
(A) ১৫২৬
(B) ১৩৯৮
(C) ১৪৭ ১
(D) ১৫২৩
উত্তৰ : (A) ১৫২৬
১১১। ১৪৯৮ চনত ভাৰতৰ পশ্চিম উপকুলত অৱতৰণ কৰা ভাস্কো দা গামা আছিল এজন—
(A) ফৰাচী লোক
(B) ডাচ্ছ
(C) পর্তুগীজ
(D) ইংৰাজ
উত্তৰ : (C) পৰ্টুগীজ
১১২। বিখ্যাত ৰাজপুত ৰজা ৰাণা সিংহ ৰজা আছিল—
(A) মেৱাৰৰ
(B) মাৰোৱাৰৰ
(C) যোধপুৰৰ
(D) বিকানীৰৰ
উত্তৰ : (A) মেৱাৰৰ
১১৩। সূৰ্য মন্দিৰ অৱস্থিত—
(A) ভূবনেশ্বৰত
(B) পুৰী
(C) কোনার্কত
(D) গয়াত
উত্তৰ : (A) ভূবনেশ্বৰত
১১৪। মোগল যুগত আটাইতকৈ চমুকাল (মাত্র ৩৫ দিন) কোনে শাসন কৰিছিল—
(A) চাহিবুদ্দিন উমৰ শ্বাহ
(B) মালিক কাফুৰ
(C) আল্লাউদ্দিন
(D) এওঁলোকৰ এজনো নহয়
উত্তৰ : (B) মালিক কাফুৰ
১১৫। তলৰ কোনটো এক ঐতিহাসিক ভিত্তি থকা প্রাচীনতম বংশ ?
(A) দাস বংশ
(B) শিশুনাগ বংশ
(C) গুপ্ত বংশ
(D) পল্লব বংশ
উত্তৰ : (B) শিশুনাগ বংশ
১১৬। বিখ্যাত কুতুবমিনাৰ সাজিছিল —
(A) বাহৰাম
(B) কুতুবউদ্দিন আইবাক
(C) ইলতুৎমিচ
(D) ইব্রাহিম লোডি
উত্তৰ : (C) ইলতুৎমিচ
১১৭। খাজুৰাহো নিৰ্মাণ কৰাইছিল—
(A) পল্লব সকলে
(B) চৌহান সকলে
(C) চান্দেলা সকলে
(D) বিজয় নগৰে
উত্তৰ : (C) চান্দেলা সকলে
১১৮। ভেনিচ দেশীয় পৰিব্ৰাজক মার্কোপলোৱে তেৰশ শতিকাত দৰ্শন কৰিছিল—
(A) বংগদেশ
(C) গুজৰাট
(B) কেৰালা
(D) অসম
উত্তৰ : (B) কেৰালা
১১৯। মাউন্ট আবুত অৱস্থিত দিলোৱাৰা মন্দিৰটো হ'ল এটা—
(A) জৈন মন্দিৰ
(B) হিন্দু মন্দিৰ
(C) বুদ্ধ মন্দিৰ
(D) সূর্য মন্দিৰ
উত্তৰ : (A) জৈন মন্দিৰ
১২০। লিংগায়ত সকলৰ উপাসক হ'ল ভগৱান--
(A) বিষ্ণুৰ
(B) ব্ৰহ্মাৰ
(C) শিৱৰ
(D) গণেশৰ
উত্তৰ : (C) শিৱৰ
১২১। মধ্যযুগৰ ভাৰতবৰ্ষৰ সন্দৰ্ভত 'চিল-চিলা' কথাষাৰে বুজাই—
(A) ভক্তি মাৰ্গৰ সন্তসকল
(B) চুফি-সন্তসকল
(C) চুফিবাদৰ অনুগামীসকল
(D) এইবোৰৰ এটাও নহয়
উত্তৰ : (C) চুফিবাদৰ অনুগামীসকল
১২২। মহম্মদ গজনীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল—
(A) ১০১৮ চনত
(B) ১০২০ চনত
(C) ১০২৫ চনত
(D) ১০১৫ চনত
উত্তৰ : (C) ১০২৫ চনত
১২৩। মোগল শাসন কালত মনচুৰ আছিল এজন মহান
(A) কবি
(B) স্থপতিবিদ
(C) চিত্ৰকৰ
(D) চুফিসন্ত
উত্তৰ : (B) স্থপতিবিদ
(A) কবি
(B) স্থপতিবিদ
(C) চিত্ৰকৰ
(D) চুফিসন্ত
উত্তৰ : (B) স্থপতিবিদ
১২৪। আল্লাউদ্দিন খিলিজী ৰাণী পদ্মিনীৰ সৌন্দৰ্য্যত বিমোহিত হৈছিল। পদ্মিনীৰ স্বামী ৰজা ৰতন শ্বাহ আছিল—
(A) নথম্বৰৰ
(B) চিতোৰৰ
(C) জয়পুৰৰ
(D) জালোৰৰ
উত্তৰ : (B) চিতোৰৰ
১২৫। ইতমড-উড্-দৌলাহৰ সমাধি কাৰ পিতৃৰ নামত উৎসৰ্গা কৰা হৈছে?
(A) জাহাংগীৰ
(B) মমতাজ মহল
(C) নুৰজাহান
(D) ৰাজিয়া চুলতানা
উত্তৰ : (C) নুৰজাহান
১২৬। তলত উল্লেখ কৰা কোনজন মোগল শাসকক প্রকৃত শাসন কৰ্তাতকৈ এজন দিগ্বিজয়ী বুলিহে জনা যায়—
(A) বাবৰ
(B) আকবৰ
(C) জাহাংগীৰ
(D) ঔৰংজেব
উত্তৰ : (A) বাবৰ
১২৭। আগ্ৰাৰ চিকাদ্ৰাত থকা স্মৃতি সৌধটো যিজনৰ স্মৃতিত সজা হৈছিল তেওঁ হ'ল—
(A) শাহজাহান
(B) আকবৰ
(C) হুমায়ুন
(D) বাবৰ
উত্তৰ : (B) আকবৰ
১২৮। ফতেহপুৰ চিক্ৰি সাজিছিল—
(A) বাবৰে
(B) ঔৰংজেৱে
(C) আকবৰে
(D) শ্বাহজাহানে
উত্তৰ : (C) আকবৰে
১২৯। আকবৰে প্ৰচলন কৰা মনচবদাৰী প্রথা তলৰ কোনখন দেশৰ পৰা লোৱা হৈছিল ?
(A) আফগানিস্থান
(B) তুৰস্ক
(C) মংগোলিয়া
(D) পাৰস্য
উত্তৰ : (C) মংগোলিয়া
১৩০। আকবৰৰ কোমল বয়সত তেওঁৰ অভিভাৱক আছিল—
(A) হিমু
(B) বৈৰাম খাঁ
(C) আবুল ফজল
(D) ফাইজী
উত্তৰ : (B) বৈৰাম খাঁ
১৩১। দিল্লীৰ লালকিল্লা নামৰ দুৰ্গটো সাজিছিল—
(A) হুমায়ুন
(B) গিয়াচুদ্দিন টোগলক
(C) শাহজাহান
(D) আকবৰ
উত্তৰ : (C) শাহজাহান
(A) হিমু
(B) বৈৰাম খাঁ
(C) আবুল ফজল
(D) ফাইজী
উত্তৰ : (B) বৈৰাম খাঁ
১৩১। দিল্লীৰ লালকিল্লা নামৰ দুৰ্গটো সাজিছিল—
(A) হুমায়ুন
(B) গিয়াচুদ্দিন টোগলক
(C) শাহজাহান
(D) আকবৰ
উত্তৰ : (C) শাহজাহান
১৩২। কোনজন মোগল সম্রাটে ঝাৰোকা দৰ্শন প্ৰথা আৰম্ভ কৰিছিল?
(A) বাবৰ
(B) আকবৰ
(C) ঔৰংজেব
(D) হুমায়ুন
উত্তৰ : (B) আকবৰ
১৩৩। ৰাষ্ট্ৰৰ খৰছত হজ তীর্থযাত্রা সংগঠিত কৰা প্ৰথমজন ভাৰতীয় শাসক—
(A) আল্লাউদ্দিন খিলজি
(B) ফিৰোজ টোগলক
(C) আকবৰ
(D) ঔংজেব
উত্তৰ : (C) আকবৰ
১৩৪। কাৰ ৰাজত্বকালত অষ্ট প্রধান মন্ত্ৰী পৰিষদ আছিল—
(A) আকবৰৰ
(B) হৰ্ষবৰ্দ্ধনৰ
(C) শিৱাজীৰ
(D) ভগদত্তৰ
উত্তৰ : (C) শিৱাজীৰ
১৩৫। শিখসকলৰ সামৰিক ভাতৃত্ববোধৰ চানেকি 'খালচা’ ১৬৯৯ খ্ৰীষ্টাব্দত স্থাপন কৰিছিল—
(A) গুৰু নানক
(B) গুৰু টেগ বাহাদুৰ
(C) গুৰু গোবিন্দ সিং
(D) ৰঞ্জিত সিং
উত্তৰ : (C) গুৰু গোবিন্দ সিং
১৩৬। দেশমুখসকল কাৰ উচ্চবৰ্গৰ বিষয়া আছিল ?
(A) লোডীসকলৰ
(B) মাৰাঠা সকলৰ
(C) মোগলসকলৰ
(D) চুলতান সকলৰ
উত্তৰ : (B) মাৰাঠা সকলৰ
১৩৭। দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ময়দানখন এজন ৰজাৰ নামেৰে নামাকৰণ কৰা হৈছে। ৰজাজন
(A) লোডী বংশৰ
(B) খিলিজি বংশৰ
(C) টোগলক বংশৰ
(D) দাস বংশৰ
উত্তৰ : (C) টোগলক বংশৰ
১৩৮। ইচলাম ধৰ্মত ৰহস্যবাদী সকলক কোৱা হয়—
(A) উলেমা
(B) চুফি
(C) হাদিচ
(D) মৌলবী
উত্তৰ : (B) চুফি
১৩৯। গুৰু নানকে 'ৰাবাব' ব্যৱহাৰ কৰিছিল। সেইটোক কোৱা হয়—
(A) টিলা বহির্বাস
(B) বাটি
(C) বাদ্যযন্ত্র
(D) খাৰু
উত্তৰ : (C) বাদ্যযন্ত্র
১৪০। আল্লাউদ্দিন খিলিজীয়ে নিৰ্মাণ কৰা কুটুবমিনাৰলৈ সোমোৱা দুৱাৰখনৰ নাম-
(A) আলাইদৰ্জা
(B) বুলন্দ দৰ্জা
(C) দাখিল দর্জা
(D) খুনী দর্জা
উত্তৰ : (A) আলাইদৰ্জা
১৪১। আলবেৰুণীয়ে ভাৰতৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম—
(A) তাহকিক-ই-হিন্দ
(B) হকুক-ই-হিন্দি
(C) অটোৱা-ই-আলমগিৰি
(D) ফটোৱা-ই-হিন্দ
উত্তৰ : (A) তাহকিক-ই-হিন্দ
১৪২। দিল্লীৰ চুলতানৰ শাসন কালত প্ৰচলিত মুদ্ৰাৰ একক আছিল--
(A) ৰুপি
(B) ডিনাৰ
(C) টঙ্কা
(D) পইচা
উত্তৰ : (C) টঙ্কা
১৪৩। মীৰাবায়ে তেওঁৰ ভজনবোৰ লিখিছিল—
(A) হিন্দীভাষাত
(B) ৰাজস্থানী ভাষাত
(C) উর্দু ভাষাত
(D) গুজৰাটী ভাষাত
উত্তৰ : (B) ৰাজস্থানী ভাষাত
১৪৪। পশ্চিম ভাৰতত কাগজৰ প্ৰচলন কৰিছিল—
(A) ইংৰাজসকলে
(B) ফৰাচীসকলে
(C) আৰবসকলে
(D) পর্তুগীজসকলে
উত্তৰ : (C) আৰবসকলে
১৪৫। তুজুক-ই-বাবৰী নামৰ বিখ্যাত বাবৰৰ স্মৃতি লিখিছিল-
(A) বাবৰে
(B) আমিৰ সুশ্ৰুৱে
(C) আবুল ফজলে
(D) আকবৰে
উত্তৰ : (A) বাবৰে
১৪৬। ৰাজা বীৰবল উপাধি দিয়া হৈছিল—
(A) মানসিংহক
(B) অমৰ সিংহক
(C) মহেশ দাসক
(D) মাধৱ দত্তক
উত্তৰ : (C) মহেশ দাসক
১৪৭। “সকলোৰে বাবে শান্তি” নামৰ আকবৰৰ বাণীৰ নাম-
(A) চুল্হ-ই-কুল
(B) ফাৰ-ই-ইজাদি
(C) টউহি-ই-ইলাহী
(D) দিন-ই-ইলাহী
উত্তৰ : (A) চুল্হ-ই-কুল
১৪৮। আটাইতকৈ ডাঙৰ অৰ্দ্ধগোলাকৃতিৰ ছাঁদ থকা গোল গম্বুজ সজা হৈছিল—
(A) ১৫৯১ চনত
(B) ১৬০০ চনত
(C) ১৬৬০ চনত
(D) ১৬৯৫ চনত
উত্তৰ : (C) ১৬৬০ চনত
১৪৯। কুলি কুতুবশ্বাহে সাজিছিল বিখ্যাত—
(A) অতলা মহজিদ
(B) জাহাদীৰ মহল
(C) চামিনাৰ
(D) লালদৰ্জা
উত্তৰ : (C) চামিনাৰ
১৫০। কাশ্মীৰৰ চালিমাৰ বাগ স্থাপন কৰোতা জন—
(A) বাবৰ
(B) জাহাংগীৰ
(C) শ্বাহজাহান
(D) আকবৰ
উত্তৰ : (B) জাহাংগীৰ
Social Plugin