Type Here to Get Search Results !

ADD

Indian History - 4


 

১৫১। শ্বাহ জাহানে তাজমহল সজাইছিল তেওঁৰ ঘৈণীয়েকৰ স্মৃতি ৰক্ষাৰ বাবে তেওঁৰ ঘৈণীয়েকৰ নাম আছিল-

(A) নূৰজাহান
(B) ৰেজিয়া চুলতানা 
(C) মমতাজ মহল
(D) বেগম খালেদা
উত্তৰ : (C) মমতাজ মহল 

১৫২। টোড্ৰমল জড়িত থকা ৰাজহ ব্যৱস্থাটোৰ নাম—
(A) দহচলা
(B) বাতাই
(C) জব্‌টি
(D) পোচা
উত্তৰ : (C) জব্‌টি

১৫৩। ১৬১৮ চনত জাহাংগীৰৰ পৰা ফৰমান লোৱা ইংৰাজলোকজনৰ নাম—
(A) লর্ড ক্লাইব
(B) চাৰ টমাচ ৰো 
(C) লর্ড জনশ্বোৰ
(D) লর্ড কেনিং
উত্তৰ : (B) চাৰ টমাচ ৰো 

১৫৪। ৰালফ ফিট্‌ নামৰ লোকজন তলত দিয়া কোনজন ৰজাৰ ৰাজত্ব কালত ভাৰতবৰ্ষলৈ আহিছিল। 
(A) জাহাংগীৰ 
(B) ঔৰংজেৱ
(C) আকবৰ
(D) টেৰেলিন
উত্তৰ : (C) আকবৰ 

১৫৫। ভাৰতীয় বস্ত্ৰ ইউৰোপলৈ ৰপ্তানী কৰিছিল ইংৰাজসকলে আৰু ইয়াৰ নাম আছিল- 
(A) কটন 
(B) টুইড
(C) কেলিকোজ
(D) বাবৰ
উত্তৰ : (C) কেলিকোজ 

১৫৬। কোনবিধ বস্তুৰ উৎসৰ পৰিপুৰক হিচাবে ইউৰোপীয়সকলে ভাৰতবৰ্ষৰ পৰা 'চল্টপিটাৰ'ৰ ৰপ্তানীৰ উন্নতি সাধিব বিচাৰিছিল।
(A) মচলা
(B) বস্ত্রবয়ল
(C) খাৰবাৰুদ
(D) লো
উত্তৰ : (C) খাৰবাৰুদ

১৫৭। কোন ঠাইত আকবৰৰ স্মৃতি ৰক্ষাৰ বাবে বুলন্দ দৰ্জ সজা হৈছিল—
(A) দাক্ষিণাত্য
(B) গৌড়
(C) গুজৰাট
(D) দিল্লী
উত্তৰ : (C) গুজৰাট

১৫৮। মোগল পদ্ধতিৰে, কম মূল্যৰ মণিমুকুটা আৰু ফুলেৰে সুশোভিত কৰা পদ্ধতি জনপ্রিয় হয়-
(A) আকবৰৰ দিনত
(B) জাহাংগীৰৰ দিনত
(C) ছাহজাহানৰ দিনত
(D) হুমায়ুনৰ দিনত
উত্তৰ : (C) ছাহজাহানৰ দিনত 

১৫৯। ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল—
(A) ১৮৫৭ চনত
(B) ১৮৫৬ চনত
(C) ১৬০০ চনত
(D) ১৬০৫ চনত
উত্তৰ : (C) ১৬০০ চনত 

১৬০। ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলক ব্যক্তিগত ব্যৱসায় কৰিবলৈ দিয়া দস্তক নাইবা মুক্ত অনুমতি বিলুপ্ত কৰা হৈছিল—
(A) ১৭০০ চনত
(B) ১৭৫৬ চনত 
(C) ১৮৭৩ চনত
(D) ১৮৮৩ চনত
উত্তৰ :  (C) ১৮৭৩ চনত

১৬১। কাৰ শাসন কালত ১৭৯৩ চনত বংগদেশত চিৰস্থায়ী বন্দবস্তিৰ প্ৰচলন কৰা। হৈছিল ?
(A) লর্ড ওৱেলেচলি
(B) ক্লাইব
(C) কৰ্ণোৱালিচ
(D) ৰিপন
উত্তৰ : (C) কৰ্ণোৱালিচ

১৬২। কোন চনত চতুৰ্থ মহীশুৰৰ যুদ্ধত টিপু চুলতানক পৰাস্ত কৰি বধ কৰা হৈছিল ?
(A) ১৭৯৯ চনত
(B) ১৭৯০ চনত 
(C) ১৭৮০চনত
(D) ১৭৯৫ চনত
উত্তৰ : (A) ১৭৯৯ চনত 

১৬৩। পলাশীৰ যুদ্ধ হৈছিল-
(A) ১৭১৭ চনত
(B) ১৭৫৬ চনত 
(C) ১৭৫৭ চনত
(D) ১৭৫৯ চনত
উত্তৰ : (C) ১৭৫৭ চনত 

১৬৪। মাৰাঠা সাম্ৰাজ্যৰ পাঁচজন প্ৰধান আছিল পেচোৱা,  সিন্ধিয়া, হোলকাৰ ভেঁাঁচলে আৰু—
(A) দেশমুখ
(B) মুলগাওঁকাৰ 
(C) গাইকোৱৰ
(D) পাটিল
উত্তৰ : (C) গাইকোৱৰ 

১৬৫। টিপু চুলতানৰ ৰাজধানী আছিল-
(A) এৰকট
(B) টান্‌জোৰ (টাঞ্জেৰ 
(C) শ্ৰীৰংগ পট্টম
(D) মহিশূৰ
উত্তৰ : (C) শ্ৰীৰংগ পট্টম 

১৬৬। মাৰাঠাসকলৰ দুই ধৰণৰ গুৰুত্বপূৰ্ণ মাটিৰ খাজনা আছিল ‘চৌথ’ আৰু
(A) পঞ্চ হাজাৰি
(B) চৰদেশমুখি 
(C) কানকুট
(D) মহাভাগ
উত্তৰ : (B) চৰদেশমুখি 

১৬৭। ১৮২৯ চনত সতীদাহ প্রথা অপৰাধ বুলি ঘোষণা কৰা গবৰ্নৰ জেনেৰলজনৰ নাম—
(A) উইলিয়াম বেন্টিংক 
(B) লর্ড দেলহাউচি 
(B) ৰবাৰ্ট ক্লাইব 
(D) লৰ্ড ৰিপন
উত্তৰ : (A) উইলিয়াম বেন্টিংক 

১৬৮। বোম্বাই আৰু থানেৰ মাজত থকা প্ৰথম ভাৰতীয় ৰেল আলি লৰ্ড ডেলহাউচিয়ে কোন চনত সাজিছিল—
(A) ১৯০০
(B) ১৮৫৩
(C) ১৯০১
(D) ১৮৫৬
উত্তৰ : (B) ১৮৫৩

১৬৯। ‘ইয়ং বেংগল' আন্দোলনৰ নেতা আছিল—
(B) ৰামমোহন ৰায়
(B)ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
(C) হেনৰি ভিডিয়ান দেৰ'জিও
(D) বিপিন পাল দাস
উত্তৰ : (C) হেনৰি ভিডিয়ান দেৰ'জিও

১৭০। ১৮৫৭ চনৰ ১০ মে'ত বিপ্লৱ আৰম্ভ হোৱা ঠাইখন—
(A) দিল্লী
(B) ঝাঞ্চি
(C) মিৰাট
(D) কানপুৰ
উত্তৰ : (C) মিৰাট

১৭১। ১৮৫৭ চনৰ বিপ্লৱৰ প্ৰথম ছহিদ-
(A) বাহাদুৰ শ্বাহ
(B) নানা চাহেব 
(C) মংগল পাণ্ডে
(D) ভগত সিং
উত্তৰ : (C) মংগল পাণ্ডে

১৭২। জনকল্যাণ আৰু সামাজিক কামৰ বাবে ৰামকৃষ্ণ মিচন প্ৰতিষ্ঠা কৰোতাজন হ'ল—
(A) ৰামকৃষ্ণ পৰমহংস 
(B) স্বামী বিবেকানন্দ
(C) পণ্ডিত বিদ্যাসাগৰ 
(D) স্বামী ভবানন্দ
উত্তৰ : (B) স্বামী বিবেকানন্দ 
 
১৭৩। স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা পৰিচালিত আর্যসমাজে হিন্দুধর্ম সংস্কাৰ কৰিছিল । তলত উল্লেখ কৰা কোন শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি সেই সংস্কাৰ সাধন কৰিছিল—
(A) পুৰাণবোৰ
(B) গীতাখন
(C) বেদবোৰ
(D) মহাভাৰত
উত্তৰ : (C) বেদবোৰ

১৭৪। থিয়চফিকেল চোচাইটিৰ ভাৰতবৰ্ষত মুখ্য কাৰ্যালয় আছে—
(A) আদিয়াৰ
(B) মুম্বাই 
(C) দিল্লী
(D) কলকাতা
উত্তৰ : (A) আদিয়াৰ 

১৭৫। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উন্নতি সাধন কৰা ব্যক্তিজন—
(A) বিচাৰক ৰানাডে
(B) পণ্ডিত মদনমোহন মালব্য
(C) পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
(D) পণ্ডিত মতিলাল নেহেৰু
উত্তৰ: (B) পণ্ডিত মদনমোহন মালব্য

১৭৬। ১৮৭৬ চনত স্থাপিত 'ইণ্ডিয়ান এচোচিয়েচনৰ' প্রতিস্থাপক— 
(A) গোপাল কৃষ্ণ গোখলে 
(B) মাইকেল মধুসুধন দত্ত 
(C) সুৰেন্দ্ৰ নাথ বেনাৰ্জী 
(D) উমেশ চন্দ্ৰ বেনাৰ্জী 
উত্তৰ: (C) সুৰেন্দ্ৰ নাথ বেনাৰ্জী 

১৭৭। ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপিত হৈছিল—
(A) ১৮৬৬ চনত 
(B) ১৮৮৫ চনত
(C) ১৮০০ চনত
(D) ১৮৯৫ চনত
উত্তৰ : (B)১৮৮৫ চনত 

১৭৮। মিচেচ এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলকে হোম ৰুল লীগ কোন চনত আৰম্ভ কৰিছিল ? 
(A) ১৯০৫ চনত 
(B) ১৯১৫ চনত 
(C) ১৯১৬ চনত 
(D) ১৯১৯ চনত 
উত্তৰ : (C) ১৯১৬ চনত 

১৭৯।বংগ বিভাজন কোন চনত কৰা হৈছিল ?
(A) ১৯০০ চনত 
(B) ১৯০৫ চনত 
(C) ১৯১০ চনত 
(D) ১৯১১ চনত 
উত্তৰ : (B) ১৯০৫ চনত 

১৮০। জালিয়ানৱালা বাগৰ ঘটনা সংঘটিত হৈছিল—
(A) ১৯১৯ চনৰ ১৩ মে'ৰ দিনাখন
(B) ১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনাখন
(C) ১৯১৯ চনৰ ১৩ মাৰ্চৰ দিনাখন
(D) ১৯১৯ চনৰ ১৩ জুনৰ দিনাখন
উত্তৰ : (B) ১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনাখন

১৮১। কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰিছিল-
(A) ১৯১৯ চনত
(B) ১৯২৯ চনত
(C) ১৯১৭ চনত
(D) ১৯৩১ চনত
উত্তৰ : (B) ১৯২৯ চনত

১৮২। ‘কেশৰী নামৰ বাতৰি কাকতখন সম্পাদনা কৰিছিল—
(A) বালগংগাধৰ তিলকে 
(B) অশ্বিনী কুমাৰ দত্তই
(C) মতিলাল নেহেৰু
(D) এ, কে, গান্ধীয়ে
উত্তৰ : (A) বালগংগাধৰ তিলকে 

১৮৩। গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকত আৰম্ভ কৰিছিল—
(A) ইন্দিয়ান মিৰৰ
(B) ইয়ং ইন্দিয়া
(C) ইন্দিয়ান অপিনিয়ন 
(D) হিন্দুস্থানী
উত্তৰ : (C) ইন্দিয়ান অপিনিয়ন 

১৮৪। কাৰ বুজনিত গান্ধীয়ে কৃষক আন্দোলন পৰিচালনা কৰিবলৈ চম্পাৰণলৈ গৈছিল ?
(A) তিলক
(B) ৰাজেন্দ্ৰ প্ৰসাদ
(C) ৰাজকুমাৰ শুক্লা 
(D) এওঁলোকৰ কোনোজন নহয়
উত্তৰ : (C) ৰাজকুমাৰ শুক্লা

১৮৬। ১৯১৭ চনত গান্ধীজীয়ে সত্যগ্ৰহ আৰম্ভ কৰা ঠাইখন
(A) দাণ্ডি
(B) চম্পাৰণ 
(C) সমতি
(D) মুম্বাই
উত্তৰ : (B) চম্পাৰণ

১৮৭। দাণ্ডি যাত্ৰা হৈছিল—
(A) ১৯৩০ চনৰ ১২ মাৰ্চত
(B) ১৯৪০ চনৰ ১৩ মাৰ্চত
(C) ১৯১৯ চনৰ ১৩ এপ্ৰিলত
(D)১৯৩০ চনৰ ১২ এপ্ৰিলত
উত্তৰ : (A) ১৯৩০ চনৰ ১২ মাৰ্চত 

১৮৮। ‘মোৰ সত্য অন্বেষণৰ কাহিনী' ৰ লেখক
(A) জৱাহৰলাল নেহেৰু 
(B) চি আৰ দাস
(C) মহাত্মা গান্ধী 
(D) লালা লাজপত ৰায়
উত্তৰ : (C) মহাত্মা গান্ধী

১৮৯। খোদাই খিদমদগাৰ সংগঠিত কৰিছিল—
(A) ড° আনচাৰী 
(B) মহম্মদ আলি জিন্না 
(C) খান আব্দুল গফৰ খান 
(D) ৰণজিৎ সিং 
উত্তৰ : (C) খান আব্দুল গফ খান

১৯০। গান্ধীজীয়ে হৰিজন সংঘ স্থাপন কৰিছিল—
(A) ১৯৪০ চনত
(B)১৯৪৭ চনত
(C) ১৯৩২ চনত
(D) ১৯৪২ চনত
উত্তৰ : (C) ১৯৩২ চনত

১৯১। ১৯১৯ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো—
(A) নাইট
(B) ভাৰত ৰত্ন 
(C) ন'বেল বটা
(D) ৰায়বাহাদুৰ
উত্তৰ : (A) নাইট

১৯২। সুভাষ চন্দ্ৰ বসুৱে কেতিয়া অস্থায়ী চৰকাৰ 'আজাদ হিন্দ' গঠন কৰে—
(A) অক্টোবৰ, ১৯৪৩
(B) ডিচেম্বৰ, ১৯৪৩
(C) জানুৱাৰী, ১৯৪৪ 
(D) নৱেম্বৰ, ১৯৪৩ 
উত্তৰ : (A) অক্টোবৰ, ১৯৪৩

১৯৩। তলৰ কোনজন ব্যক্তিক নানা চাহিব বুলিও জনা যায় ?
(A) ১ম বাজীৰাও
(B) বালাজী বিশ্বনাথ
(C) বালাজী বাজীৰাও
(D) ২য় বাজীৰাও
উত্তৰ : (C) বালাজী বাজীৰাও 

১৯৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল ?
(A) এনি বেচাণ্ট
(B) উমেশ চন্দ্ৰ বেনাৰ্জী
(C) মহাত্মা গান্ধী
(D) জৱাহৰলাল নেহৰু
উত্তৰ : (B) উমেশ চন্দ্ৰ বেনাৰ্জী 

১৯৫। তলৰ কোনগৰাকী স্বৰাজ পাৰ্টীৰ প্ৰধান প্ৰতিষ্ঠাপক নহয় ?
(A) চিত্তৰঞ্জন দাস
(B) মতিলাল নেহৰু
(C) মদনমোহন মালব্য
(D) বাল গংগাধৰ তিলক
উত্তৰ : (D) বাল গংগাধৰ তিলক 

১৯৬। ভাৰতীয় সংবিধানৰ খচৰা কমিটীৰ সদস্যৰ সংখ্যা কিমান ?
(A) দহজন
(B) নজন
(C) আঠজন
(D) সাতজন
উত্তৰ : (D) সাতজন 

১৯৭। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে?
(A) ৩৯২ টা
(B) ৩৯৪ টা
(C) ৩৯৫ টা
(D) 808 টা
উত্তৰঃ(C) ৩৯৫ টা

১৯৮। ভাৰতীয় সংবিধানৰ খচৰা কমিটীৰ সভাপতিগৰাকী কোন আছিল ?
(A) মতিলাল নেহৰু
(B) বি আৰ আম্বেদকাৰ
(C) জৱাহৰলাল নেহৰু
(D) মহাত্মা গান্ধী
উত্তৰ : (B) বি আৰ আম্বেদকাৰ 

১৯৯। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতবৰ্ষক এখন ‘ৰাজ্যসমূহৰ সংঘ' বুলি কোৱা হৈছে?
(A) অনুচ্ছেদ ১
(B) অনুচ্ছেদ ৫. 
(C) অনুচ্ছেদ ১১
(D) অনুচ্ছেদ ১৫
উত্তৰ : (A) অনুচ্ছেদ ১

২০০। বংগ বিভাজনৰ সময়ত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
(A) চাৰ জন শ্বোৰ
(B) লর্ড কার্জন
(C) লর্ড মাউন্ট বেটেন
(D) ডেভিদ স্কট
উত্তৰ : (B) লর্ড কার্জন

২০১। ভাৰতৰ শেষৰগৰাকী ব্ৰিটিছ ভাইচৰয় কোন আছিল ?
(A) চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী
(B) লর্ড কার্জন
(C) লর্ড মাউন্ট বেটেন
(D) ডেভিদ স্কট
উত্তৰ :(C) লর্ড মাউন্টবেটেন।

Top Post Ad

Below Post Ad

Ads Area