৫১। অজন্তাৰ গুহাত থকা চিত্ৰবোৰে প্ৰদৰ্শন কৰিছে—
(A) হিন্দু ধৰ্মৰ কাহিনী
(B) বৌদ্ধ ধৰ্মৰ কাহিনী
(C) জৈন ধৰ্মৰ কাহিনী
(D) মুচলমান ধৰ্মৰ কাহিনী
উত্তৰ : (B) বৌদ্ধ ধৰ্মৰ কাহিনী ।
(B) বৌদ্ধ ধৰ্মৰ কাহিনী
(C) জৈন ধৰ্মৰ কাহিনী
(D) মুচলমান ধৰ্মৰ কাহিনী
উত্তৰ : (B) বৌদ্ধ ধৰ্মৰ কাহিনী ।
৫২। কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন হ'ল—
(A) পৃথ্বিৰাজৰসো
(B) ৰাজৰংগিনী
(C) নাট্যশাস্ত্র
(D) হৰ্ষ চৰিত
উত্তৰ : (B) ৰাজতৰংগিনী।
৫৩। জয়দেৱৰ ‘গীত গোবিন্দ’খন ৰচনা কৰা সময়-
(A) খ্রীঃ তৃতীয় শতিকা
(B) দশম শতিকা
(C) দ্বাদশ শতিকা
(D) পঞ্চদশ শতিকা
উত্তৰ : (C) দ্বাদশ শতিকা ।
৫৪।পতঞ্জলি জড়িত থকা বিষয় আছিল—
(A) ব্যাকৰণ
(B) অর্থনীতি
(C) জ্যোতির্বিদ্যা
(D) পদার্থ বিজ্ঞান
উত্তৰ : (A) ব্যাকৰণৰ
৫৫। পানিনিৰ বিখ্যাত গ্ৰন্থখনৰ পদ্ধতিগত বিশ্লেষণৰ বিষয় হ’ল—
(A) পালি ভাষা
(B) ব্রাহ্মী ভাষা
(C) উর্দু ভাষা
(D) সংস্কৃত ভাষা
উত্তৰ : (D) সংস্কৃত ভাষা
৫৬। চৰক আৰু সুশ্ৰুত উভয়ে সুদক্ষ আছিল-
(A) স্বাস্থ্য আৰু দৰবত
(B) জ্যোতির্বিদ্যা আৰু জ্যোতিষ শাস্ত্ৰত
(C) বনৌষধি আৰু কৃষিত
(D) জনকল্যাণত
উত্তৰ : (A) স্বাস্থ্য আৰু দৰবত
৫৮। ‘ৰামচৰিত মানস'খন লিখিছিল-
(A) নবদেৱ
(B) তুলসী দাস
(C) চৈতন্য
(D) সুৰ দাস
উত্তৰ : (B) তুলসী দাস
৫৯। অশোকৰ যুগৰ বিখ্যাত সাৰনাথ স্তম্ভত আছে-
(A) চাৰিটা সুসজ্জিত সিংহ
(B) তিনিটা সুসজ্জিত সিংহ
(C) দুটা সুসজ্জিত সিংহ
(D) সাতটা সুসজ্জিত সিংহ
উত্তৰ : (A) চাৰিটা সুসজ্জিত সিংহ
৬০। শকাব্দ গণনা কৰা বৰ্ষটো হ'ল—
(A) খ্রীষ্টাব্দ ৭৮
(B) খ্রীষ্টাব্দ ৭০
(C) খ্ৰীষ্টাব্দ ৭২
(D) খ্ৰীষ্টাব্দ ৭৬
উত্তৰ : (A) খ্ৰীষ্টাব্দ ৭৮
৬১। বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক?
(A) পাঞ্চাল
(B) শাক্য
(C) লিচ্চাভি
(D) কুৰু
উত্তৰ : (B) শাক্য
৬২। বৰ্তমানলৈ বৰ্তি থকা বৌদ্ধ ধৰ্মৰ প্ৰাচীনতম ধৰ্মটোক কোৱা হয়—
(A) থেৰাবড়া
(B) শ্বেতাম্বৰ
(C) দিগম্বৰ
(D) এই আটাইকেইটা
উত্তৰ : (A) থেৰাবড়া
৬৩। ভগৱান বুদ্ধই সেই সময়ৰ প্ৰচলিত ভাষাত শিক্ষা দিছিল। সেই ভাষা আছিল—
(A) সংস্কৃত
(B) মাগধী
(D) পালি
(D) প্ৰাকৃত
উত্তৰ : (B) মাগধী
৬৪। মহাবীৰ কোন জনগোষ্ঠীৰ লোক?
(A) জ্ঞাত্রিকা
(B) বিদেহ
(C) মৌর্য
(D) লিচ্চভি
উত্তৰ : (A) জ্ঞাত্ৰিকা
৬৫। মহাবীৰ পুৰ্বতে জনাজাত আছিল--
(A) পৌশ্ব বুলি
(B) বৰ্দ্ধমান বুলি
(C) চেতক বুলি
(D) গৌতম বুলি
উত্তৰ : (B) বৰ্দ্ধমান বুলি ।
৬৬। জৈন শব্দটো তলৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে?
(A) জীৱন
(B) জীৱ
(C) জিন
(D) জন
উত্তৰ : (C) জিন
৬৭। জাতকবোৰ কি ভাষাত লিখা হৈছিল ?
(A) অসমীয়া
(B) পালি
(C) মাগধী
(D) প্রাকৃত
উত্তৰ : (B) পালি
৬৮। মহাবীৰে মৃত্যুবৰণ কৰা ঠাইখন
(A) পৱা পুৰী
(B) কুন্দগ্রাম
(C) অংগ
(D) জন
উত্তৰ : (A) পৱা পূৰী
৬৯। “ভগৱান হ’ল মানুহৰ আত্মাৰ সুপ্ত হৈ থকা উচ্চতম, মহানতম আৰু পূৰ্ণ প্ৰকাশৰ শক্তিৰ স্বৰূপ।”—এই বিশ্বাসটো হ'ল—
(A) ভগৱান বুদ্ধৰ
(B) ঈশ্বৰ প্ৰেৰিত পুৰুষ মহম্মদৰ
(C) ভগৱান মহাবীৰৰ
(D) কনফুচিয়াচৰ
উত্তৰ : (C) ভগৱান মহাবীৰৰ
৭০। জৈন ধৰ্মাৱলম্বী লোকসকলে কি পদ্ধতিৰে কৃচ্ছসাধন কৰাত যোৰ দিয়ে—
(A) ধ্যান
(B) যোগ আৰু উপবাস
(C) স্তোত্র পাঠ কৰা
(D) যজ্ঞৰ ওপৰত
উত্তৰ : (B) যোগ আৰু উপবাস
৭১। জৈন ধর্মালম্বী লোকসকলে কি নীতিত বিশ্বাস কৰে ?
(A) দান
(B) তন্ত্র
(C) অহিংসা
(D) যজ্ঞ
উত্তৰ : (C) অহিংসা
৭২। ভগৱান বুদ্ধই তেওঁৰ অষ্টমাৰ্গক কি বুলিছিল—
(A) মধ্যম পন্থা
(B) নির্বাণ
(C) নিগ্ৰন্থ
(D) আত্ম নিগ্ৰহৰ চৰম পন্থা
উত্তৰ : (A) মধ্যম পন্থা
৭৩। বুদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱা ঠাইখন
(A) পাটলিপুত্র
(B) বাৰানসী
(C) সাৰনাথ
(D) গয়া
উত্তৰ : (C) সাৰনাথ
৭৪। আইনৰ চকৰিৰ বিৱৰ্তন ঘটোৱা কোন ধৰ্মৰ শিকনিৰ মুল কথা আছিল—
(A) জৈনধর্মৰ
(B) বৌদ্ধ ধৰ্মৰ
(C) হিন্দু ধৰ্মৰ
(D) ইহুদী ধর্মৰ
উত্তৰ : (B) বৌদ্ধ ধৰ্মৰ
৭৫। বুদ্ধই নির্বান লাভ কৰা বুলি কোৱা ঠাইখন বৰ্তমানৰ কোনখন জিলাত অৱস্থিত ?
(A) গয়া
(B) পোৰখপুৰ
(C) পাটনা
(D) বিদেহ
উত্তৰ : (B) পোৰখপুৰ
৭৬। জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকল হ'ল—
(A) যুঁজাৰু শ্ৰেণী
(B) পুৰোহিত শ্ৰেণী
(C) বেপাৰী শ্রেণী
(D) শুদ্ৰ শ্ৰেণী
উত্তৰ : (C) বেপাৰী শ্ৰেণী
৭৭। ‘অৰ্থশাস্ত্ৰ'ৰ ৰচয়িতা হ'ল—
(A) মেগাস্থেনিচ্
(B) কৌটিল্য
(C) কালিদাস
(D) মনু
উত্তৰ : (B) কৌটিল্য
৭৮। অদ্বৈত দৰ্শনৰ জন্মদাতা আছিল-
(A) মহাবীৰ
(B) শঙ্কৰাচাৰ্য্য
(C) গৌতম বুদ্ধ
(D) ৰামকৃষ্ণ পৰম হংস
উত্তৰ : (B) শঙ্কৰাচাৰ্য্য
(B) শঙ্কৰাচাৰ্য্য
(C) গৌতম বুদ্ধ
(D) ৰামকৃষ্ণ পৰম হংস
উত্তৰ : (B) শঙ্কৰাচাৰ্য্য
৭৯। চন্দ্রগুপ্ত মৌর্য্যই দক্ষতাৰে ৰাজ্যখন শাসন কৰিছিল আৰু আয়ৰ প্ৰধান উৎস আছিল—
(A) বেহা-বেপাৰ
(B) কৃষি
(C) ভূমি ৰাজহ
(D) যুদ্ধজয় কৰি লাভ কৰা ধন
উত্তৰ : (C) ভূমি ৰাজহ
৮০। কুশানসকলৰ মূল বাসস্থান আছিল—
(A) পাৰস্যত
(B) মেচিডোনিয়াত
(C) আৰবত
(D) চীন দেশৰ তুৰ্কীস্থানত
উত্তৰ : (D) চীন দেশৰ তুৰ্কীস্থানত
৮১। কনিস্কৰ ৰাজধানী আছিল—
(A) তক্ষশীলাত
(B) পাতলিপুত্ৰত
(C) পুৰুষপুৰত
(D) কনৌজত
উত্তৰ : (C) পুৰুষপুৰত
৮২। ভাৰতীয় শিল্পকলাত গ্রীক ৰোমানৰ প্ৰভাৱ কোন ঠাইত দেখা যায়—
(A) নালন্দা
(B) তক্ষশীলা
(C) সাঁচী
(D) ভাৰংগ
উত্তৰ : (C) সাঁচী
৮৩। তলত উল্লেখ কৰা লোকসকলৰ ভিতৰত কোনজনক বিখ্যাত হিন্দু আইন দাতা বুলি গণ্য কৰা হয় ?
(A) মনু
(B) বৰাহ মিহিৰ
(C) পানিনি
(D) শঙ্কৰাচাৰ্য্য
উত্তৰ : (A) মনু
৮৪। মেগাস্থেনিচৰ মতে ভাৰতবৰ্ষৰ সৰ্ব্ববৃহৎ নগৰখন আছিল—
(A) উজ্জয়িনী
(B) তক্ষশিলা
(C) পাতলিপুত্র
(D) ইন্দ্ৰ প্ৰস্থ
উত্তৰ : (C) পাতলিপুত্র
৮৫। মেগাস্থেনিছে ভাৰতীয় সমাজক বিভাজন কৰিছিল—
(A) সাতটা জাতিত
(B) আঠটা জাতিত
(C) নটা জাতিত
(D) তিনিটা জাতিত
উত্তৰ : (A) সাতটা জাতিত
৮৬। কোনজন মৌৰ্য্য শাসকে দুখন সমুদ্ৰৰ মাজত থকা ৰাজ্যখন বিজয় কৰা বুলি কোৱা হয় ?
(A) চন্দ্ৰগুপ্ত
(B) বিন্ধসাৰ
(C) অশোক
(D) বিন্দুসাৰ
উত্তৰ : (B) বিন্ধসাৰ
৮৭। ১৮৩৭ চনত জেমচ প্ৰিনচেপে পাঠোদ্ধাৰ কৰা ফলকখনৰ লিপি আছিল—
(A) ব্রাহ্মী
(B) মাগধী
(C) প্ৰাকৃত
(D) সংস্কৃত
উত্তৰ : (A) ব্ৰাহ্মী
৮৮। কলিংগৰ বিৰুদ্ধে সম্রাট অশোকে চলোৱা অভিযানৰ কাল আছিল প্ৰায়--
(A) খ্রীষ্টপূর্ব ১৬০
(B) খ্রীষ্টপূর্ব ২৬০
(C) খ্রীষ্টপূর্ব ৪৬০
(D) খ্রীষ্টপূর্ব ২৫৬
উত্তৰ : (B) খ্ৰীষ্টপূৰ্ব ২৬০
৮৯। অর্থশাস্ত্ৰত কৌটিল্যই কি ব্যৱস্থাৰ নিয়মীয়া ব্যৱহাৰৰ কথা কৈছিল ?
(A) সৈন্যবাহিনীৰ
(B) চোৰাংচোৱাসকলৰ
(C) অস্ত্রশস্ত্ৰৰ
(D) খাৰ বাৰুদৰ
উত্তৰ : (B) চোৰাংচোৱাসকলৰ
৯০। অশোকে কি বুনিয়াদী নীতিৰ ওপৰত জোৰ দিছিল ?
(A) সহনশীলতা
(B) দুখ
(C) দান-দক্ষিণা
(D) হিংসা
উত্তৰ : (A) সহনশীলতা
৯১। প্রথম বৌদ্ধ মহামেল ৰাজগৃহত অনুষ্ঠিত কৰা হৈছিল, দ্বিতীয়খন বৈশালীত অনুষ্ঠিত কৰা হৈছিল। সম্রাট অশোকৰ দিনত হোৱা তৃতীয় বৌদ্দ মহামেলখন অনুস্থিত কৰা হৈছিল ?
(A) মিথিলা
(B) বৈশালী
(C) পাতলিপুত্র
(D) সাৰনাথ
উত্তৰ : (C) পাতলিপুত্ৰ
৯২। তৃতীয় বৌদ্ধ মহামেলৰ সভাপতি আছিল—
(A) দেবনামপ্রিয় প্রিয়দর্শী
(B) সম্রাট অশোক
(C) মুগালিপুট্টা টিচা
(D) মহেন্দ্ৰ
উত্তৰ : (C) মুগালিপুট্টা টিচা
৯৩। সম্রাট অশোকে জীয়েক সংঘমিত্ৰাৰ সৈতে শ্রীলংকালৈ কি বস্তু পঠিয়াইছিল—
(A) বোধিবৃক্ষ
(B) তুলসী গছ
(C) আমগছ
(D) অতলচ গছ
উত্তৰ : (A) বোধিবৃক্ষ
৯৪। শ্ৰীনগৰ স্থাপনৰ যশস্যা প্ৰদান কৰা হয়
(A) সম্রাট জাহাংগীৰক
(B) সম্রাট অশোকক
(C) নুৰজাহানক
(D) আকবৰক
উত্তৰ : (B) সম্রাট অশোকক
৯৫। মৌৰ্যসকলৰ পাচত আগমন কৰা শুংগসকল আছিল—
(A) শুভ্র
(B) ক্ষত্রিয়
(C) ব্রাহ্মণ
(D) মংগোলীয়
উত্তৰ : (C) ব্রাহ্মণ
৯৬। পুষ্যমিত্র শুংগৰ সমসাময়িক বিখ্যাত বৈয়াকৰণিকজন-
(A) মনু
(B) পতঞ্জলি
(C) কালিদাস
(D) বৰাহ মিহিৰ
উত্তৰ : (B) পতঞ্জলি
৯৭। অযোধ্যাত থকা লিপি অনুসৰি পুষ্যমিত্ৰই অনুষ্ঠিত কৰা অশ্বমেধ যজ্ঞৰ সংখ্যা—
(A) এক
(B) দুই
(C) তিনি
(D) চাৰি
উত্তৰ : (B) দুহ
৯৮। কাৰ ৰাজত্ব কালত ভাৰন্থত স্তুপৰ চাৰিওফালৰ বেৰ দিয়া হৈছিল—
(A) শুংগসকলৰ
(B) কম্বসকলৰ
(C) মৌৰ্য্যসকলৰ
(D) গুপ্তসকলৰ
উত্তৰ : (A) শুংগসকলৰ
৯৯। অশোকে সৃষ্টি কৰা নতুন পদবীটো হ'ল—
(A) ধর্ম মহামাত্ৰসকল
(B) সেনাপতি
(C) সমাহৰ্ত্তা
(D) ৰাজগুৰু
উত্তৰ : (A) ধৰ্ম মহামাত্ৰসকল
১০০। অশোকৰ সৰহ সংখ্যক লিপিত খোদিত ভাষা—
(A) খৰোষ্ঠী
(B) ব্রাহ্মী
(C) পালি
(D) প্রাকৃত
উত্তৰ : (B) ব্ৰাহ্মী
Social Plugin