Type Here to Get Search Results !

ADD

Indian Polity- 2



৫১। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ

(A) মূল সংবিধানতেই অন্তর্ভুক্ত
(B) সংবিধানৰ ৪২তম সংশোধনীত অন্তর্ভুক্ত 
(C) সংবিধানৰ প্ৰথম সংশোধনীত অন্তর্ভুক্ত 
(D) সংবিধানৰ ৪৪ তম সংশোধনীত অন্তর্ভুক্ত 
উত্তৰ : (A) মূল সংবিধানতেই অন্তর্ভুক্ত

৫২। সংবিধানৰ কোনটো সংশোধনীয়ে নির্দেশক নীতি কাৰ্যকৰী কৰা আইনে মৌলিক অধিকাৰৰ কিছুমান অনুচ্ছেদ উলংঘা কৰিলেও তেনে আইন অবৈধ নহয় ? 

(A) ৪২ তম সংশোধনী 
(B) ৪৪তম সংশোধনী 
(C) ৪৫ তম সংশোধনী 
(D) ২৪ তম সংশোধনী 
উত্তৰ : (A) ৪২ তম সংশোধনী

৫৩। ভাৰতীয় সংসদ গঠিত হৈছে—

(A) ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা 
(B) লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা
(C) লোকসভা ৰাজ্যসভা আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা
(D) লোকসভা, ৰাজ্যসভা আৰু মন্ত্ৰী পৰিষদৰ দ্বাৰা 
উত্তৰ : (A) ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা 

৫৪। ৰাজ্যসভাৰ সদস্য সংখ্যা হ'ল—

(A) 300 
(B) ২৩৮
(C) 250
(D) ৩২৫
উত্তৰ : (C) ২৫০

৫৫। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে সদস্য মনোনীত কৰিব পাৰে
(A) ১২ জন
(B) ২ জন
(C) ১০ জন
(D) ১৪ জন
উত্তৰ : (A) ১২ জন

৫৬। কিহৰ ভিত্তিত ৰাজ্যসভাত ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰিব পাৰে ?

(A) জনসংখ্যা আৰু অৰ্থনৈতিক উন্নয়ন,
(B) জনসংখ্যা
(C) কেৱল অর্থনৈতিক উন্নয়ন
(D) ৰাজ্য আয়তন
উত্তৰ : (B) জনসংখ্যা 

৫৭। ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল সাধাৰণতে

(A) ২ বছৰ
(B) ৬ বছৰ
(C) ৫ বছৰ
(D) ৭ বছৰ
উত্তৰ : (B) ৬ বছৰ 

৫৮। ৰাজ্যসভাৰ এক-তৃতীয়াংশ সদস্যই অৱসৰ লয় —

(A) প্ৰত্যেক বছৰে
(B) প্ৰত্যেক দুই বছৰে
(C) প্রত্যেক তিনি বছৰে 
(D) প্রত্যেক পাঁচ বছৰে 
উত্তৰ : (B) প্রত্যেক দুই বছৰে 

৫৯। ৰাজ্যসভা—

(A) ৰাষ্ট্ৰপতিয়ে ভংগ কৰিব পাৰে
(B) কোনো পৰিস্থিতিতে ভংগ নহয়
(C) প্রধানমন্ত্ৰীৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে ভংগ কৰিব পাৰে 
(D) বিধানসভাৰ পৰামৰ্শমতে ভংগ কৰিব পাৰে 
উত্তৰ : (B) কোনো পৰিস্থিতিতে ভংগ নহয় 

৬০। ভাৰতীয় সদনৰ কোনটো সদন জনপ্ৰিয় ?

(A) লোকসভা
(B) ৰাজ্যসভা
(C) লোকসভা আৰু ৰাজ্যসভাৰ
(D) দুয়োখন সদনেই নহয় 
উত্তৰ : (A) লোকসভা

৬১। বর্তমান লোক সভাৰ সদস্য সংখ্যা হ'ল—

(A) ৫০০ জন
(B) ৫৫০ জন
(C) ৫৪৫ জন
(D) ৫২৫ জন
উত্তৰ : (C) ৫৪৫ জন 

৬২। তলৰ কোনটোৰ ভিত্তিত লোকসভাত ৰাজ্যসমূহৰ আসন নির্ধাৰণ হয় ?

(A) জনসংখ্যা আৰু অৰ্থনৈতিক অৱস্থা
(B) জনসংখ্যা
(C) জনসংখ্যা শিক্ষিতৰ হাৰ
(D) জনসংখ্যা আৰু পৰিয়ালৰ অৱস্থা
উত্তৰ : (B) জনসংখ্যা 

৬৩। সাধাৰণতে লোকসভাৰ কাৰ্যকাল—

(A) ৪ বছৰ
(B) ৬ বছৰ
(C) ৫ বছৰ
(D) ৭ বছৰ
উত্তৰ : (C) ৫ বছৰ ৷

৬৪। লোকসভালৈ ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক কেইজন ইঙ্গভাৰতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি মনোনীত কৰিব পাৰে ?

(A) ৩ জন
(B) ২ জন
(C) 4 জন
(D) ১২ জন
উত্তৰ : (B) ২ জন

৬৫। লোকসভাত তলৰ কোনখন ৰাজ্যৰ অধিক প্রতিনিধি আছে?

(A) বিহাৰ
(B) উত্তৰ প্ৰদেশ
(C) মহাৰাষ্ট্ৰ
(D) মধ্যপ্রদেশ
উত্তৰ : (B) উত্তৰ প্ৰদেশ

৬৬। তলৰ কোনজনে দুয়োখন সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে ?

(A) প্রধানমন্ত্রী
(B) ৰাষ্ট্ৰপতি
(C) মুখ্যমন্ত্রী
(D) সংসদীয় পৰিক্ৰমা মন্ত্ৰী 
উত্তৰ : (B) ৰাষ্ট্ৰপতি 

৬৭। ৰাজ্যসভাত অধ্যক্ষতা কৰে—
 
(A) ৰাষ্ট্ৰপতিয়ে
(B) উপৰাষ্ট্ৰপতিয়ে
(C) সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে
(D) ৰাজ্যসভাৰ সদস্যই নিৰ্বাচিত কৰা প্ৰতিনিধিয়ে 
উত্তৰ : (B) উপৰাষ্ট্ৰপতিয়ে

৬৮। বিত্তবিল প্রথম উত্থাপিত হয়—

(A) ৰাজ্যসভাত 
(B) লোকসভাত 
(C)দুয়ো সদনত 
(D) যুটীয়া সদনত
উত্তৰ : (B) লোকসভাত 

৬৯। ৰাজ্যসভাই বিত্তবিল পাছ কৰাত সৰ্বাধিক বিলম্ব কৰিব পাৰে—

(A) ১৪ দিন
(B) এক মাহ 
(C) ৬ মাহ 
(D) এক বছৰ
উত্তৰ : (A) ১৪ দিন 

৭০। সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে

(A) ৰাষ্ট্ৰপতি
(B) অধ্যক্ষ
(C) ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে উপ-ৰাষ্ট্ৰপতি 
(D) সংসদীয় পৰিক্ৰমা মন্ত্রী
উত্তৰ : (B) অধ্যক্ষ

৭১। সংসদৰ দুখন অধিৱেশনৰ মাজত ব্যৱধান—

(A) ৬ মাহৰ বেছি হ'ব নোৱাৰে 
(B) ২ বছৰৰ বেছি হ'ব নোৱাৰে 
(C) ৩ মাহৰ বেছি হ'ব নোৱাৰে 
(D) ১ বছৰৰ বেছি হ'ব নোৱাৰে
উত্তৰ : (A) ৬ মাহৰ বেছি হ'ব নোৱাৰে

৭২। সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত দুয়োসদনত মতবিৰোধ হ'লে তাক আঁতৰাব পাৰে—

(A) কেৱল ৰাষ্ট্ৰপতিয়ে
(B) লোকসভাৰ অধ্যক্ষই
(C) দুয়ো সদনৰ যুটীয়া সমিতিয়ে।
(D) উভয় সদনৰ যুটীয়া বৈঠকত ।
উত্তৰ : (D) উভয় সদনৰ যুটীয়া বৈঠকত 

৭৩। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ ? 

(A) ৰাজ্যসভা
(B) লোকসভা 
(C) উভয় সদন
(D) বিধান সভা
উত্তৰ : (B) লোকসভা

৭৪। সংবিধানমতে কোনো এখন ৰাজ্যৰ বিধানসভাৰ সদস্য সংখ্যা থাকিব পাৰে —

(A) ৬০-৫০০ জন
(B) ৫০-২০০ জন
(C) ১০০-২৫০ জন
(D) ২৫০-৩৫০ জন
উত্তৰ : (A) ৬০-৫০০ জন

৭৫। বিধানসভাত quorum হ'বলৈ প্ৰয়োজনীয় সদস্য সংখ্যা হ'ল—

(A) মুঠ সদস্যৰ দহ ভাগৰ এক অংশ বা সকলো সদস্য
(B) মুঠ সদস্যৰ এক-চতুর্থাংশ
(C) মাত্র ২৫
(D) মুঠ সদস্যৰ এক তৃতীয়াংশ
উত্তৰ : (A) মুঠ সদস্যৰ দহ ভাগৰ এক অংশ বা সকলো সদস্য

৭৬। ৰাজ্যৰ বিধান পৰিষদ গঠন বা ভংগ হয়—

(A) সংবিধানৰ ১৬৯ অনুচ্ছেদ অনুসৰি
(B) সংবিধানৰ ৫০ অনুচ্ছেদ অনুসৰি 
(C) সংবিধানৰ ৬৯ অনুচ্ছেদ অনুসৰি 
(D) ওপৰৰ কোনোটোৱেই নহয়
উত্তৰ : (A) সংবিধানৰ ১৬৯ অনুচ্ছেদ অনুসৰি

৭৭। কাৰ অনুমোদন বা পৰামৰ্শমতে সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদ গঠন হয় ?

(A) ৰাজ্যৰ বিধান সভাৰ 
(B) মন্ত্ৰী পৰিষদৰ
(C) ৰাজ্যপালৰ
(D) মুখ্যমন্ত্ৰীৰ
উত্তৰ : (A) ৰাজ্যৰ বিধান সভাৰ

৭৮। ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল—

(A) চৰকাৰ মুৰব্বী
(B) ৰাষ্ট্ৰৰ মুৰব্বী
(C) ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী
(D) ওপৰৰ কোনোটোৱেই নহয়
উত্তৰ : (B) ৰাষ্ট্ৰৰ মুৰব্বী

৭৯। ভাৰতৰ সংবিধানে ৰাষ্ট্ৰৰ কাৰ্যপালিকাৰ কৰ্তৃত্ব প্রদান কৰিছে

(A) ৰাষ্ট্ৰপতিক
(B) মন্ত্ৰী পৰিষদক
(C) প্রধানমন্ত্রীক 
(D) সদনৰ অধ্যক্ষক
উত্তৰ : (A) ৰাষ্ট্ৰপতিক

৮০। ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে—

(A) সংসদ আৰু ৰাজ্য বিধানসভাৰ সদস্যৰ দ্বাৰা গঠিত নির্বাচক মণ্ডলীয়ে
(B) ৰাজ্য বিধানসভাৰ সদস্যই
(C) সংসদৰ সদস্যসকলে
(D) ওপৰৰ কোনোটোৱেই নহয়
উত্তৰ : (A) সংসদ আৰু ৰাজ্য বিধানসভাৰ সদস্যৰ দ্বাৰা গঠিত নির্বাচক মণ্ডলীযে

৮১। ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰিচালনা কৰে —

(A) ভাৰতৰ নিৰ্বাচনী আয়োগে
(B) প্রধানমন্ত্রীয়ে
(C) ভাৰতৰ মুখ্য ন্যায়াধীশে
(D) লোকসভাৰ অধ্যক্ষই
উত্তৰ : (A) ভাৰতৰ নিৰ্বাচনী আয়োগে

৮২। ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স হ'ল—

(A) ৩৫ বছৰ
(B) ৫৮ বছৰ 
(C) ৬০ বছৰ
(D) ৩৮ বছৰ
উত্তৰ : (A) ৩৫ বছৰৰ

৮৩। ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়

(A) উপৰাষ্ট্ৰপতিয়ে
(B) লোকসভাৰ অধ্যক্ষই
(C) ভাৰতৰ মুখ্য ন্যায়াধীশে
(D) প্রধানমন্ত্রীয়ে
উত্তৰ : (C) ভাৰতৰ মুখ্য ন্যায়াধীশে 

৮৪। ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পূৰাব লাগে ?

(A) ৬ মাহ
(B) ৩ মাহ
(C) এবছৰ
(D) দুবছৰ
উত্তৰ : (A) ৬ মাহ

৮৫। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিবাদ হলে কোনে নিষ্পত্তি কৰে ?

(A) উচ্চতম ন্যায়ালয়ে 
(B) সদনে
(C) নির্বাচনী আয়োগে 
(D) প্রধানমন্ত্রীয়ে
উত্তৰ : (A) উচ্চতম ন্যায়ালয়ে

৮৬। সংবিধান অৱমাননাৰ অপৰাধত ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুত কৰিব পাৰে— 

(A) দুয়ো সদনে
(B) লোকসভাই
(C) মন্ত্ৰী পৰিষদে
(D) উচ্চতম ন্যায়ালয়ে
উত্তৰ : (A) দুয়ো সদনে 

৮৭। ৰাষ্ট্ৰপতিয়ে আধ্যাদেশ জাৰি কৰে—

(A) সমৱৰ্তী তালিকাৰ বিষয়ত
(B) কেন্দ্ৰীয় তালিকাৰ বিষয়ত
(C) সদন নথকা অৱস্থাত
(D) সদন চলি থকা অৱস্থাত বিশেষ বিষয়ত
উত্তৰ : (C) সদন নথকা অৱস্থাত 

৮৮। ভাৰতীয় সংবিধানত কেইপ্ৰকাৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ আছে?

(A) 3
(B) 8
(C) 5
(D) ৬
উত্তৰ : (A) ৩

৮৯। সংসদে কিমান দিনৰ ভিতৰত অনুমোদন নজনালে ঘোষিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বাতিল হ’ব পাৰে?

(A) দুমাহ 
(B) তিনিমাহ
(C) ৬ মাহ
(D) এমাহ
উত্তৰ : (D) এমাহ।

৯০। সংসদৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বাহাল থাকিব পাৰে

(A) সৰ্বাধিক এবছৰ
(B) সর্বাধিক ৬ মাহ
(C) অনির্দিষ্ট কাললৈ
(D) সৰ্বাধিক দুবছৰ
উত্তৰ : (C) অনিৰ্দিষ্ট কাললৈ 

৯১। উপ-ৰাষ্ট্ৰপতি তলৰ কোনটো অনুষ্ঠানৰ পদেন- সভাপতি?

(A) ৰাজ্যসভাৰ
(B) লোকসভাৰ
(C)পৰিকল্পনা আয়োগ 
(D) ৰাষ্ট্ৰীয় সংহতি পৰিষদ
উত্তৰ : (A) ৰাজ্যসভাৰ 

৯২। ভাৰতৰ উপৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে—

(A) লোকসভাই
(B) জনসাধাৰণে
(C) সংসদৰ সদস্যসকলে
(D) বিধানসভাৰ সদস্যসকলে 
উত্তৰ : (C) সংসদৰ সদস্যসকলে

৯৩। উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ’ল

(A) ৫ বছৰ
(B) ৬ বছৰ
(C) ৭ বছৰ
(D) ৪ বছৰ
উত্তৰ : (A) ৫ বছৰ

৯৪। প্রধানমন্ত্রী হ'ল—

(A) ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী
(B) চৰকাৰৰ মুৰব্বী
(C) ৰাষ্ট্ৰৰ মুৰব্বী
(D) কেৱল মন্ত্ৰী পৰিষদৰ মুৰব্বী 
উত্তৰ : (B) চৰকাৰৰ মুৰব্বী।

৯৫। সাধাৰণতে প্রধানমন্ত্ৰীজন হ'ল—

(A) লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
(B) ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
(C) সংসদৰ জ্যেষ্ঠ সদস্য
(D) ওপৰৰ কোনোটোৱেই নহয়
উত্তৰ : (A) লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা 

৯৬। কেন্দ্রীয় মন্ত্রীসভাত সভাপতিত্ব কৰে —

(A) ৰাষ্ট্ৰপতিয়ে
(B) কেবিনেট সচিবে
(C) প্রধানমন্ত্রীয়ে
(D) উপৰাষ্ট্ৰপতিয়ে
উত্তৰ : (C) প্রধানমন্ত্ৰীয়ে

৯৭। সংসদৰ সদস্য নোহোৱাকৈ এজন ব্যক্তিয়ে মন্ত্রী পৰিষদৰ সদস্য হ'ব পাৰে মাত্ৰ –

(A) এবছৰলৈ
(B) ছয়মাহলৈ
(C) তিনিমাহলৈ
(D) এমাহলৈ
উত্তৰ : (B) ছয়মাহলৈ

৯৮। মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ?

(A) ৰাষ্ট্ৰপতি
(B) সংসদ
(C) প্রধানমন্ত্রী
(D) জনসাধাৰণ
উত্তৰ : (B) সংস

৯৯। কোনো এজন মন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হ'লে

(A) মন্ত্রীজনে পদত্যাগ কৰিব লাগে
(B) মন্ত্রীসভাখনে পদত্যাগ কৰিব লাগে
(C) মন্ত্ৰীজনৰ লগতে প্রধানমন্ত্রীয়ে পদত্যাগ
(D) লোকসভা ভংগ হয়
উত্তৰ : (B) মন্ত্রীসভাখনে পদত্যাগ কৰিব লাগে ।

১০০। ৰাজ্যৰ ৰাজ্যপালজন—

(A) ৰাজ্যৰ মুৰব্বী
(B) চৰকাৰৰ মুৰব্বী 
(C) ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি
(D) ৰাজ্য আৰু চৰকাৰৰ মুৰব্বী
উত্তৰ : (A) ৰাজ্যৰ মুৰব্বী

Top Post Ad

Below Post Ad

Ads Area